পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। তলত দিয়া কথাখিনি এটা বাক্যত প্ৰকাশ কৰা— R মাননীয় ৰাজ্যপাল শ্বিলং পালেহি। নগৰৰ বাটত সকলো মানুহ গোট খালে। সকলোৱে ৰাজ্যপালক আদৰ সম্ভাবণ জনালে। •ৰাজ্যপালে সকলোকে উদ্দেশ্য কৰি প্ৰণাম জনালে।- মাননীয় ৰাজ্যপাল আহি শ্বিলং পোৱাত নগৰৰ বাটত সকলো মানুহ গোট খাই যেতিয়া তেওঁক আদৰ সম্ভাষণ জনালে তেতিয়া তেওঁ, সকলোৰে উদ্দেশ্যে প্ৰণাম কৰিলে। তলত দিয়া প্ৰত্যেকটো শব্দ ব্যৱহাৰ কৰি একোটা বাক্য 8 ৰচনা কৰা- হেৰফেৰ—ভাল তজুৰ জোখত অকণো হেৰ ফেৰ নহয়। থিতাতে—দ পানীত পৰিলে সাঁতুৰিব নজনা মানুহৰ থিতাতে মৰণ। আলৈ বিলৈ—দয়ালু মানুহে দুখী দৰিদ্ৰৰ আলৈ বিলৈ চাই থাকিব নোৱাৰে। দেওপৰ৷ ( ডেওপৰা )— ভৰিত জোকে ধৰাত ছোৱালীজনীয়ে দেওপাৰি চিঞৰিছে। ww মূৰমাৰ--বাপেকৰ আকস্মিক মৃত্যুৱে তাৰ হব লগ৷ বিয়াখনৰ মূৰ মাৰিলে। তলত দিয়া যেই সেই বিষয়ৰ এখন ৰচনা লিখা। (অন্ততঃ ৪০ ১৩৷ শাৰী হব লাগিব) — (ক) অসমত আগষ্ট মাহত হোৱা ভূমিকম্প (খ) বানপানী (গ) স্বাস্থ্য- ৰক্ষা (ঘ) বিহু বা মহম। ১৯৫০-ওখ খাপ (মজলীয়া অসমীয়া ) ১। তলত নাম দিয়া কবিতা বিলাকৰ যেই সেই এটিৰ পৰা একে লানিয়ে ৮ শাৰী পদ্য মুখস্থ লিখা— পোন্ধৰ আগষ্ট, সকলো সমান, শুচি, সৰ্প-মুষিকৰ কথা। ২। আকাশীযান বা পুথি-ভঁড়াল প্ৰৱন্ধৰ চমু টোকা লিথা—