পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবক।

জন্মে জন্মে হৈবে প্ৰতো তোমাৰ কিৰী।
কতত গোপী মাধৱক নমিৰাৰ ছলে।
চৰণত স্তন দিয়া মহাকাম ভোলে।
--- সাহস আৰু পৰাক্ৰম বুজুৱা কোনো ভাব থাকিলে
তাক বীৰ ৰস বোলে; যেনে,----
মোক লাগি বান্ধৈ নকৰিবা চিন্তা ভয়,
কৈত শুনি আছ। মোৰ আছে পৰাজয়।
নৃপতি গণক মই জানি আছে। ভালে,
সিংহক কৰিবে কিবা শৃগালৰ পালে।
হেন লক্ষ ৰাজাক কটাক্ষ মোৰ নাই,
সাজু হয় আসি কাৰ উৰুৱাইবে চাই।
পলাইবে শৃগাল গণ যেন লাঞ্জমাৰি,
ৰঙ্গ দেখা খেদাইবোহে। লণ্ডাটিকা পাৰি।
কৰুণ-- দুখ বা শোক বুজায় এনে কোনো ভাব থাকিলে
তাৰু কৰুণ ৰস বোলে; যেনে,
কালে আৰু নৰ নাৰী, অন্তেস পুৰক চানি,
| ক্ৰন্দনৰ উম্মি উথলিল।
অনন্তৰে মহাদই, ক্ষণেক চেতন পাই,
দীৰ্ঘৰাৱে অনেক কান্দিল।
পুত্ৰশোকে দহে গাৱ, হিয়ে হানে মুষ্টিত,
হা হাৰিয়াসৰ গুতাই।
কফ বই যমদূত, হয়া তো নিলে পু
মোক শোক সাগৰে পেলাই।

লতিগণে দিলো, তো এ কৰিা