পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্য বিচাৰ। মনত মৰম লাগিছিল নে ভয় লাগিছিল, দুখ লাগিছিল নে আনন্দ লাগিছিল তাক বিশেষকৈ জানিব পৰা যায়। কবিৰ যে এই একোটা মনৰ ভাব তাকে কবিতাৰ বস বোলা যায়। কবিতা লিখিবৰ সময় কবিৰ মন যেনে অৱস্থাত থাকে, তে ওঁৰ মনত তেতিয়া যি ভাব খেলায়, সেয়ে সেই কবিতাটোৰ স। ৰস মুঠতে ন বিপ। সৃঙ্গাৰ বীৰ কৰুণাদ্ভুত হাস্য ভয়ানক

বীভৎস ৰৌদ্ৰেঃ এম শস্য শান্ত পা বৰ। অৰ্থাৎ শৃঙ্গাৰ, ৰীৰ কৰ৭ ৩ ভূত, স্য, ভয়ানক, বীভৎস, ৰোঁ, আৰু শান্ত এই কবিতাৰ নৰস। শুঙ্গাৰ বা আদি যুৱক যুৱীৰ প্ৰেম বুজালে বা কোনো সেই ভাবৰ কথা বুজালে তা শাৰ বস বোলে; যেনে,

মনক হস্ত গোপ বধু সমস্তৰ।
মুখত প্ৰকাশে অতি হাসি মনোহৰ॥
দেখা তা সম্বাৰ সতিনীৰ ৰিষা এৰি।
পঞ্চম উৎসাহে গাৱে মাধৱক বোৰ
পুষ্প হলে বহে অতি নৃত্যত ভাগৰি।
আলিগিয় কৃষ্ণক জিৰাৰে কণ্ঠে ধৰি।
মদনে পীৰিত কতো বাতুল আকাৰ।
আগ বাঢ়ি যাচি মালে ষোড়শ শৃঙ্গা।
দেখা দেখা হেৰ সৰি কতো গোপিনীৰ
কৃষ্ণ মুখ চুধিতে নয়নে বহে নী।

  • কাম তাৰে জয় মাধয়ে চত না।