কে ভাঙ্গি দেডোখৰকৈ গাব লগা নয়। এটা গীতত আছে “ জনম লভিলে। কিকাৰণ * পাচে গাৰৰ সময় জনম ” একে লগে গাই “ভিলে কি কাৰণ” বেলেগে গাব লাগে। গীত এই দৰে গালে বৰ বেয়া শুনি।
চম্প।
সাহিত্যৰ যিবোৰ ভাগ দেখুউৱা হল, তাত বাজেও আৰু এভাগ আছে, তাৰ নাম চম্পু। এই ভাগ সাহিত্যৰ বেলেগ এক খণ্ড বুলিব নোৱাৰি। গদ্য আৰু পদ্য দুয়োকে। মিহ- লাই লিখিলেই চল্ বোলা যায়। আজি কালিৰ লিখকে এই প্ৰণালীত কথা নিলিখে। আমি গদ্য আৰু পদ্যৰ আ- লোচনা বেলেগে বেলেগে কৰিছোঁ। এতেকে এতিয়া চৰ বিষয়লৈ কথা খৰচ কৰাৰ একে। সকাম নাই।
নবস।
বীৰ কৰুণ ইত্যাদি অনেক কম সৰ নাৰ আগত উল্লেখ কৰা হৈছে। কিন্তু ৰস কি তাৰ কথা একো কোৱা নাই। সেই দেখি ইয়াত পুনৰায় সেই বিষয় উলিয়াব লাগিল। ৰস বুলিলে কোনো বস্তুৰ সাৰ বা সোৱাদ বুজায়। কবিতাৰ ৰসে সেই প্ৰকাৰ। কোন কবিতা কোন বসত লিখা হৈছে, তা উলিয়াবলৈ নালাগিলে প্ৰথমে কবিৰ ভাব- টোলৈ মন কৰিব লাগে। তেওঁ কোনো দুখ লগা বা মন সগা- কথাও লিখিব পাৰে, আৰু কোনো ভয়ানক বা খি লগা কথাও বৰ্ণাব পাৰে। কবিতাৰ দ্বাৰাই কেৱল তেওঁ গনৰ ভাব প্ৰকাশ কৰে, অৰ্থাৎ কৰিটো পঢ়িলে তেও