সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য বিচা। বৰ মিহলি থাকে তাক এক আধৰ বোলে; যেনে; কী কু ইত্যাদি। অনুস্বাৰ আৰু বিসৰ্গ মিহলি থকা আখৰবোৰ শুক বলে। যুক্তাক্ষৰৰ আগৰ আখৰটোকো ও বুলি ধৰে। যেনে, অসম্ভৱ, ইয়াৰ স টেঃ গুৰু, কিয়নো সি। যুক্তাক্ষৰৰ আগত আছে। যি আখৰত সৰবৰ্ণ মিহলি নাই তাক পদ্যত নিলিখে। এই নিয়ম সংস্কৃততৃহে লাগে। অস মীয়াত পদ্য লিখিলে এনে জটিল নিয়ম পালিব নালাগে। চলিত ভাষাত অকাৰ বাজে আন এটাইবোৰ স্বৰবৰ্ণ দীৰ্থ, এতেকে যি আখৰত অ নাথাকি আন কোনো বৰ মিলি থাকে তাক • গুৰু বৰ্ণ বোলে।

সকলো গীতৰ দোহোৰাতো শুনিবলৈ মিঠা হব লাগে। তাত লগোৱা শৰবোৰ সুললিত আৰু মৃদু হোৱা উচিত। আগেয়ে কোৱা হৈছে, যে দোহোৰ। ডোখৰ ঘনে ঘনে গোৱা হয়, যদি সেই দোহোৰাই শুনিবলৈ ভাল নহয়, তেন্তে গীতা:ট। কাণত কেনে লাগিব চোৱাচোন। এটা গীতত তিনটাত কৈ সৰহ অন্ত থাকিব নালাগে। গীত দীঘল হল ত গুচি লেচাৰী হয়। পাতল ভাবৰ গীতত এটা অন থকাই ভাল, কেতিয়াবা গীত চাই দুটাও দিৰ প:নি; কিন্তু দুটাতকৈ বেচি হলে বেয়া। ইয়াতে আৰ এ। কপা মন কৰিব লাগে। সকলে গীতৰ মাজে মাজে এনে ঠাই আছে যে তাত সুৰ বৰ দীঘলকৈ টানিব লগাত গনে। এই ঠাইবোৰত সদাই গুৰু আৰ শিখা উচিত, নাইবা শুনিবলৈ বৰ বেয়া হয়। গীত লিখেতে আৰু এটা ক আছে, যে গাবৰ সময়ত যেন সকলে সইত এল