গীত।
আৰু দ্বিতীয় ফাকিত যেটা আখৰ থাকিবই লাগে। কিন্তু
এটা কথা মন কবিঁ, যে মানুহে তাল আৰু সুৰ চাই
গীত মিলিখে। বিবিলাক বিয়ে গীত লিখে, তেওঁলোকে
যে সাত শাস্ত্ৰ জানিছিল এনে নহয়। গীত কাবৰে লিখে
পাচে গায়নে সেই গীতত যি সুৰ খায়, তাকে লগাই গায়।
সময়ে সময়ে এই নিয়মৰ বিপৰীত কাম কৰা হয়, অৰ্থাৎ
আগেয়ে সুৰ শিকি পা৮ে সেই সুৰত মিলাই গীত ৰচে।
শেহৰ নিয়মটাৱেই বেছি চলিত আৰু ভাল। কিয়নো,
তাল আৰু সূৰ কৈ গীত লিখিলে, কেতিয়াবা এনে
হা ব গ গানে সেই গা তল ঠায়ে ঠায়ে অলপ নসলোৱাকৈ
গাবই নোৱাৰে। এই কথা আজি কালি 'না ঘৰবোৰত
দেখা যায়। কোনো কোনো নাটক এনে থাকে, যে গায়-
নবিলাকে সেই গাত কোনো সুলত পেলাব নোৱাবে।
আমি পৰত দেহেৰা, অন্তৰা, ঘৃ আৰু গুৰু আখৰ
এইকেট। কপা ব্যবহাৰ কৰিংছ। ইয়াৰ অৰ্থ বুজাহ নিদিলে
মাই বিশেষে সব টান হব পাৰে। দোহোৰ গীতৰ
মুগ-পট, থাৎ যি ডোখৰ ধন ঘনে গাব লগে। দেহে।
ৰা 6 যিবোৰ :: :: তাক অন্তৰ বেলে, অথs
গীতৰ যতন ভাগ। গতে পতি দুটা বা তিনটা অন্তৰা
থক। তান এ::ট। গোবা হলেই আকৌ ঘুৰি আহি দো-
বাত ধৰে। গু, আখৰ বুলি “ তখৰত দুধ
স্বৰ থক, ৩ক বুজিব লাগে। ক, প, কি, পি, কু, পু,
লঘু, কিয়নো নিহৰ লগত যিকেটা স্বৰ আছে, অৰ্থাৎ
অ, ই, আৰু উ এটাইকেটাই সুষ। যি আখৰত দীৰ্ঘ
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
