পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গীত। উলিয়াব পাৰি। কিন্তু তাৰ ভিতৰত যিটো সম্ভৱ, অৰ্থাৎ এটাইবোৰতকৈ যুক্তি সঙ্গত সেইটোহে ধৰা উচিত। এতিয়া ভাবি চোৱা, ঈশ্বৰৰ মহিমাৰ পৰা গাত লোৱাই সম্ভব নে মানুহৰ বিষাদৰ পৰা ওলোৱাই সম্ভব। কাৰণ লোকে মানুহৰ মন বিমান ব্যাকুল কা'ব পাৰে ঈশ্বৰৰ মহিমাই সিমান খিনি নোৱাৰে। ঈশ্বৰৰ ভক্তি কত কেহ জনে চকুৰ লো টোকে, কিন্তু শোক ৩ মাহে বলিয়া হে কাদি চকু উহায়। শোকৰ বেগ ত মানুহে অচ্ছািতে। গীত গায়, অৰ্থাৎ বিনাই কাণে। 13 বিয়েই শোক নি বাবণৰ প্ৰান উপায়। মা <1 মনত বে৷ ৩য়! শাক ধা হয়, অৰ্থাৎ যেতিয়া শোৰ বেগ ,তি ও ব্ৰি হৈ উঠে, তেতিয়া কাদিলে বুকু শীত পৰে, মনো পাতল লাগে। গা ৩ৰে। গুণ তেনেকুৱা; গীত গাহ মানুহ মনৰ বিষাদ দূৰ কৰে। এতেকে গাওঁ আৰু কান্দন ৫ ণে একেই, সিহঁতৰ গুণো একে ৰকম। এতিয়া বিবেচনা কৰা, যদি কালনৰ কাৰণ বিবাদ হয়, তেন্তে গতিৰ নো কাৰণ বেশ লেগ হব কিয় : দুৰৰো অৱশ্য একেট। হে, তাত আমাৰ তিল মাত্ৰ ও সন্দেহ নাই। মানুহে নিয়েই যে শোক পাহ- ছিল এনে নহয়, আৰু সেই দেখ তেতিয়া গতো নাছিল। মে শোক দুথ সকনোৱে আহি মানুহক বোৰ ধৰিলে, আৰু তেতিয়াৰ পৰা গীতৰৰ সৃষ্টি হল। আগেয়ে কোয়া হৈছে যে কোনো কাণৰ পৰা কোনো এটা বস্তুব উৎপত্তি হলে, মানুহে তাক সুবিধা অনুসাৰে নানা ঠাইত লগায়। গৗত যদি ও বিষাদৰ পৰা ওলাল, সময় ক্ৰমে মানুহে তাৰু