পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪ সাহিত্য বিচাৰ। কোনো নাট গত নায়কৰ আদিৰে পৰা অলৈকে দুখ দেখা যায়; দুখত নাটক আৰম্ভ হৈ দুখতে অন্ত পৰে। আৰু এবিধ আছে তাত নায়ক নায়িকাৰ আদিতে বিষাদ, কিন্তু অন্তত গৈ সুখ হয়, নানাবিধ দুধ ভোগ কৰি শেহত সুখৰ মুখ দেখে। শেহৰ বিধত দুখৰ লেশো নাই। আগৰ পৰা নিলৈকে নায়কে সুথতে দিন কটায়। এই বিধৰ নাটক অতি বিৰল, কদাচিং মাহে দুই এথান লিখে। নাটক পতি তিনি ৰকমৰ ৰস থাকিব লাগে। আদি, বীৰ, আৰু কৰুণ এই তিনি ৰস যি নাটক ও নাই সি মানুহৰ আদৰ নাপায়। কোনো কোনো নাটকত কৰুণ ৰস নাথাকে, কিন্তু আদি আৰু বীৰ ৰস সকলো নাটকতে পোৱ। য ৰ। যত এই দুই ৰসৰ অভাৱ তাক নাটক বুলিব নোৱাৰি। আগত যে বহুৱাৰ কথা কলে। তাক প্ৰথম বিধৰ নাটকত, অৰ্থাৎ যত নায়ক। আদিৰ পৰা অস্তলৈকে দুখ তাত সুমুৱা উচিত নহয়। বহুৱ শেহৰ বিধত দিলে ভাল, আৰু যত দুখে সুখে মিহলি তাতে কেতিয়াবা দিব পাৰি। ইংৰা ঝোনো কোনো দুখ প্ৰধান নাটকতো বহু ব্ৰা দিৰা দেখা যায়, কিন্তু তাৰ কাম তত বেলেগ।। বাধ কৰে। নায়ক। লগত ৫ টা বিশ্বাসী চাকৰ দিবৰ নিমিত্তে এই উপায় কৰে। নাটক লিখব। নিয়ম উপকথাৰ আলোচনা কৰোতেই কোৱা হৈ'ছ। সেবোৰ নিয়ম পালন কৰি নাটক নিলে কি তাপ ভাল হল। কিন্তু নাট ৫ কেৰল উপকথা নহয়, মূল কথৰে নাটক অনেক পোৱা যায়। তাঁচতে প্ৰায় মাহে মূল কথ, লৈহে নাটক লিখে; নিজে সাজ লিখা নাটক