পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাটক। কত নট নটা দিয়ে, তাত সিহঁতে কেৱল যাৰ পাচত যি ওলাব লাগে তাক প্ৰৱন্ধ কৰি উলিয়াই আনে, আৰু কে তিয়াবা ভাৱনাৰ ভাল বেয়া বিচাৰ কৰে। নাটকত সূত্ৰধাৰী দিয়া প্ৰথা উঠি যাবৰ বহুত দিন হৈছে, কিন্তু নট নটীৰ ব্যৱহাৰ প্ৰায় আজিলৈকে চলি আছিল। অলপ দিনৰ পৰাহে এই নিয়ম লোপ হৈছে। আজি কালিৰ নাটকত সূত্ৰধাৰীও নাই, নট নটীও নাই। সিহঁতৰ ৰাই আগেয়ে যিবোৰ কাম কৰোৱা হৈছিল, তাক এতিয়া সভাই আপোনা আ- পুনি কথা দেখিযেই বুজি লব লাগে। এই কথা বুজাবৰ নিমিত্তে আজি কালি ভাৱনা-ঘৰত একো ডোখৰ কাকত দিয়া হয়। তাত কাৰ পাচত কোন ওলাব, আৰু কত ওলাব এই এটাইবোৰ কপা লিখা থাকে। নাটকত সূত্ৰধাৰী দিয়া প্ৰথাটে। যে বৰ ভাল আছিল এনে বুলিব নোৱাৰে। এই নিয়ম উঠি যোৱাই ভালহে হৈছে। যি ঘটনা ঘটিব তাক আগেয়ে কৈ দিলে কথাৰ ৰস অনেক শু•ে কমি যায়। এতিয়াৰ নাট কত আৰু এটা কথা দেখিবলৈ পোৱা যায়। সভাৰ মানুহক ৰাষাল বা ফুচুৰি কথা কৈ বৰ নিমিত্তে একোজন বহুৱা বা বহুৱালী কৰিব পৰা মানুহ দিয়ে। ই নাটকৰ একো অংশ বিশেষ নহয়, কেৱল দৰ্শকৰ মনত কথাৰ মাজে মাজে ৰং লগাবলৈ এনে মানুহ দিয়া হয়। অ- গন নাটকত গীতৰ সংখ্যা নিচেই তাকৰ আছিল, আজি কাল বাঢ়িাছ। | সিধান প্ৰণালী অনুসাৰে নাটক তিনি বিধ বুলিব পাৰি। অৰ্থাৎ নাটক তিনি কমে লিখা হয়। কোনো