পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


PLEASE WOE THE ১০০% GAEFULit সাহিত্য বিধৰ। এই দৰে “ৰ্য্যক ঠহিত সূৰ্য্য, ' ভানু, আঁৰু কোনো ঠাইত অৰুণ বুলিব পাৰি। শব্দ পাতোতে পৰা যায় মনে একে ৰকম শব কে লগে বহুৱাব লাগে। যেনে;--- | দয়াম দীননাথ দয়া দান দিয়া, কাকুতি কৰিছো মই কাতৰ ফুৰিয়া। | এই দুই শাৰীৰ শব্দবোৰ প্ৰয় একে কম। প্ৰথম শাৰীৰ বোৰ প্ৰায় ‘দ’ ৰে আৰু দ্বিতীয় শাৰীৰবোৰ প্ৰায় ‘ক’ ৰে আৰম্ভ হৈছে। পদ্য লিখোতে সুবিধা পালে এনেকুৱা একে আখৰুৱা শব্দ একে লগে লিখিব লাগে, পৰ খিনিত এৰি জিয়া উচিত নহয়। পদ্য লিখতে পদ মিলাবৰ নিমিত্তে নাগা শব্দ ও অনেক লিখিব লগাত পৰে; ইয়াৰ হাত পৰা য য় মানে এৰাবলৈ যত্ন কৰা উচিত। মিত্ৰাক্ষৰ ছন্দ লিখেতে কেবল শেখৰ আখৰটো মিলায়েই নেৰিব।। শেহৰ সৰবৰ্ণ দুটা আৰু ব্যঞ্জণ ব ছুটা অৰ্থাৎ ওপৰৰ ফঁাকিৰ শেহৰ স্বৰ পাৰ বগুণ বৰ্ণ দুটা তলৰ ফ কিৰ খৰ আৰু ব ণ দুটাৰ লগত মিলব লাগে, তেহে ও নবলৈ ভাল হয়। ওপৰৰ ফাকিত যদি তৰুণ থাকে উল ফকিতে। বৰুণ বা তেন কুয়া কোনো শব্দ লগোৰা উচিত। কিন্তু সদাই এই দৰে মিল বলৈ বৰ টান, কিয়ানা মিল শৰ ভাষাত বইত নাথ কে। আম ৰ অসমীয়া ভাষাত ৬•• মানহ যদি মিল শব্দ ওলায়। যত দুটো বাঞ্চন বৰ্ণ মিশাব নোৱাৰি তাত একে বাৰে সম শেহৰ ব্যথ•ট। মিলাই খলেও চলে। কিন্তু বৰ্ণ দুটা মিলিই লাগে। যদি কোনো ঠাইত ওপৰৰ ফাতি তৰুণ থাকে, তেতে