পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৭৪ বদ্য। লৰ শাৰীত নিপুন বা ডিপো হব পাৰে। কিয়নো ওপৰত তৰুণ বোলোতে শেহত উ আ আ আছে, আৰু তলতত সেই দৰে নিপুণ বোলোতে শেহত উ আ জ আছে, আৰু ওপৰৰ ণ তলৰ শৰ লগত মিলিছে। কিন্তু তৰুণ আৰু হৰি। ভালকৈ নিমিতে, কাৰণ ওপৰত আছে উ আৰু অ, তলত আছে ই আৰু অ। আৰু শেহৰ ঘৰ বৰ্ণটো যদি জ নয়, তেন্তে বাঞ্জন বৰ্ণটো নিমিলিলে ও বৰ বেয়া নুশুনি। টান ঠাইত অজল অকৰা এই দুটা শব্দকে। মিলাব পাৰি। কিন্তু ৰন আৰু মল মিলাব নোৱাৰি, কাৰণ শৰ দুটাৰ শেহ স্বৰ অ। ইয়াত শেহৰ ব্যঞ্জণটো নিমিলিলে কোনো মতে ভাল নহয়। তলৰ নিয়ম মতে পৰা পক্ষত লিখিব নালাগে; বা টান ঠাইতহে সেই নিয়মৰ আশ্ৰয় লোৱা উচিত। অনুনাসিক বৰ্ণবোৰ পৰস্পৰ মিলে, অৰ্থাৎ ওপৰত যদি ম থাকে, তেন্তে তলত ন দিলেও দোষ নাই। কথা কওঁতে যিটো শব্দৰ - স্তৰ আখৰৰ সৰ লোপ হয় তাক পদ্য লিখতেও হু কৰি লিখিব লাগে। যদি কেতিয়াবা ঠাইত’ লিখিবৰ সকাম হয়, গেনহ’ল তাক এনে ঠাইত লিখিব লাগে, যেন পটে- • , ব'ল পৰ ল হয়। ইয়াৰ এটা উদাহৰণ ২। ” • কিয়নে' কাছি , এনে এ " ৰ কিয় বিনাইছা। •? '।। * তি ঠাইত” শব্দটো এনে ঠা- 2.?? • • ঠাইত কৰি নপঢিলে শুনি ভাল নয়, , ৪idাষলে। তলৰ শাৰীত বিনাই