প্য
।
চালে দেখা যায় যে তাৰ ৰহ ভাগেই কবিৰ নিজৰ কথা।
ইয়াৰ কাৰণ এই যে সেইবোৰ কথা তেওৰ মনত বৰকৈ
লাগিছিল, সেই দেখি তাক লিখিবলৈকো বৰ ভাল পাইছিল।
কোনো কোনো কবিতাৰ ওপৰত লিখি দিয়ে, যে এই কথা
কবিয়ে অমুক ঠাইত বহ অমুক সময় ৩ লিখিছিল। ইয়াৰ
অৰ্থ এই, যে সেই সময়ত সেই ঠাইত, সেই কথাটে। কবিৰ
মন ও শগিছিল। কবয়ে যে আচলতে কাপ, কাকত নি
পৰ্বতৰ টি ওত বা ৰৈ দাতিত ৰচনা কৰিছল এনে ভাবিব
নালাগে।
পত লিখিবলৈ আৰু এক প্ৰকাৰে আৰম্ভ কৰিব পাৰি।
আগেয়ে এটখিনি কথা নলৈ মন গলেই লিখবলৈ বহিবা।
পা৮ে লিখি যাওঁত তোমাৰ আগৰ ভাৰ গোটেইবোৰ আহি
মনত পৰিব। এই দেখি কোনো কোনো লিথকে দুখৰ
কথা লিখিবলৈ বৰ চকুৰ টুকিবলৈ ধৰে। কিয়নে। লিখি
যাওঁতে আগৰ দুখ তনেই উজাৰ খাই উঠি মন ব্যাকুল
কৰি পেলায়। এই নিয়ম কিন্তু ব, ভাল নহয়।
| গদ্য বিষয় আলোচনা কৰোতে এক আৰু ভাবৰ বিষয়
যি যি কথা কোৱা হৈছিল, সেই এটাইবোৰ পথত। খাটে।
সেই বিষয় ইয়াত আমি কেৱল উকয়াম হে '। পদ্য লিখি
যাওঁতে বিটো বস্তু বি ভাবত বৰ্ণোৱা যায় তাৰ নাম তে
নেকুৱা দিয়াই ভাল। বিবেচনা কৰা জুইয়ে এখন হাৰিণী
বা পৰ্কত পুৰি পেলালে, সেই ঠাহত জুইৰ যে নি,
সকলো ইচ্ছন্ন কৰা স্বভাৱ আছে, সেয়েহে ইয়াত প্ৰকাণ
পাইছে, কে এই ঠাইত জুক হতাশন বুলিলে ভাল।
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
