পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্য বিচাৰ। বা তাৰ পাচ দিন। অৰ্থাৎ কথাটো মনত জাগি থাকোতেই কবিতা লিখিলে ভাল। মনত দুখ লাগি থাকোতেই কবিতা কৰিলে যেনে সুন্দৰ হয়, বহুত দিনৰ পাচত লিখিলে তেনে কুৱা নহব পাৰে। এই নিয়ম মতে নচলি, যদি পদ্য লিখিবৰ মন গলেই লিখিবলৈ ধৰ, তেন্তে কথা বিচাৰি নাপাই ভাব বিচাৰি নাপাই বৰ বিৰক্ত লাগিব। যিবোৰ কবিতা পঢ়িবলৈ পোৱা, তকি লিখোতে যে ক'বৰ মনত কিমান দুথ বা কিমান সুখ লাগিছিল, তাক তেওঁহে ভালকৈ জানে। মানুহে নে পদ্য কেৱল বিদ্যা বা বুদ্ধি দেখাবলৈ লিখে এনে নহয়। পদ্য লিখাৰ এটা বেলেগ পৱিত্ৰ সুখ আছে। তুমি পঢ়ি যিমান সুখ পোৱা, তাৰ ৮ গুণ লিখকে পায়। মই এদিন এটা কথাত বৰ আনন্দ পাইছিলো, সেই কথা হবৰ বহুত দিন হৈ গল, তাক প্ৰায় পাহাৰছে বুলিলেও বুলিব পাৰি। তেও যদি সেই বিষয় এটা কৰা আজি লিখবলৈ ধৰা, তেনেহলে সেই দিন। যি আনন্দ পাই ছিলে, লিখি থাকোতে পুনায় সেই আনন্দ লাগিব। তেতিয়া বোধ হব যেন আকো সেই দিন উ ৩টি আহিল, সেই আনন্দ আচলতে যে. আকে। ভোগ কাৰবলৈ পালে। এই খটোৰ নিমি ওহে পদ্য লিখাৰ যি কষ্ট, তা ভোগ কৰিবলৈ মানুহে অ গ বাটে। এই সন্ধে আৰু এটা কথা আছে। বিবি বট। তোম'ৰ মনত ভালকৈ লগ। নাই তাৰ কবিতা কেতিয়াও ভাল নয়। যি কথাৰ নিমিত্তে তুমি এদিন কাছি বা যি কথাটো তামাৰ মনত বৰকৈ লাগিছিল, তাৰহ কবিত, মনোম হয়। বৰ বৰ কৰ কবিতা পঢ়ি