সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য বিচাৰ। ৬৯ অৰ্থ কৰিব পাৰি। সকলো বিষয়নে এই দৰে নানা ৰকম ভাব উলিয়াই একোটা ভাবৰে একোটা কবিতা কৰিব পৰা যায়। ওপৰত যে মৰণৰ চাৰি প্ৰকাৰ ভাব উলিৱা গল, তাৰ শেখৰটে। অৰ্থাৎ মৰণ যে ভয়ঙ্কৰ বস্তু, ই কেৱল মৃতুৰ ল- ক্ষণ বা সাভা বক ৰূপ। আৰু বাকী কেই টা কবিৰ বনা মপোন। মৰণৰ বিষয় ভাবলে কাৰৰ মনত যি ভাব ওলায় এই কেটা সেয়েহে। কোনো কবিয়ে মৰণক শান্তি যেন তাৰে, আৰু কোনোৱে বা চিৰ নিদ্ৰা বুলি ধৰে। কে- বি এই দুটা কথা বেলেগে নিলিখি একেটা কবিতাতে মিল কৰা দেখ। এ। পদ্য ত বিজ্ঞান বিচাৰ কেতিয়াও লিখি। নালাগে। | এতিয়ালৈকে পথৰ বিষয় যি যি কথা কৈ অহা গৈছে, সি কেৱল পদ্যৰ লক্ষণ মাপোন। ইয়াক পঢ়িলে পদ্যৰ আকৃতি- প্ৰতি, দোনগুদ বাজৰ ভাগটোছে জনা যাব। কিন্তু পথ বৰ্চোতে কি কি নিয়মে চলিব লাগে, তাৰ কথা এটাও কোৱা হোৱা নাই। এই নিয়মবোৰ যে কেবল পদ বৰ্চে- তেহে লাগে এনে নহৰু, তাৰ দোষ।দোষ বিচাৰতো নহলে চলে। তুমি ভাবিব পা, যে , গুৰু চাই আখৰ লিখি শব্দ পাতিলেই পথ হয়। এই বিশ্বাস বৰ ভুল। পদ্য ৰচনা কাৰতে বহুত চিন্তাৰ প্ৰয়োজন। যি শব্দৰে ব্যৱহাৰ কৰিবা, তাক লেখি জুপি, গঢ় চাই, ভাব চাই লিখিলেৰ কবিতা ভাল হয়। যেনে তেনে প্ৰকাৰে পদ মিলাই পকে পদ্য নয়, ছন্দ ২৭ পাৰে। পদ্য লিখিবলৈ ধৰিবৰ আগেয়ে