শাহিত্য বিচাৰ।
কিত কয় যে কবিৰ গুণতে লতা ৰূপৱহী হৈছে, আৰু
পাওঁ •চিবলৈ শিকিছে। আকৌ তৃতীয় ফাকিত কৈছে,
বলে কৰিয়ে ফেঁটুলুকাক ৰসিকা আৰু টুনিক গুণবান
কল। এই দৰে একাদিক্ৰমে প্ৰতি শাৰীত একোটা
বেলেগ কথা।
আকৌ চোৱা।
কিবা অপৰূপ ৰূপ, হে বয়সপতি
তোমা; বসিয়া তুমি আ-বৃক্ষ-ডালে
শোভিছাই, যেন হয় নৰ নন্দন
গোপাগণ মনোহৰী, কদম্বৰ বৃক্ষে।
এই চাৰিও ফাকি গোট খাহে এটা কথা হৈছে।
প্ৰথম শাৰীত ভাৰটো শেষ নকৰি দ্বিতীয় শালৈকে টানি
আনিছে, আৰু দ্বিতীয় শাৰাৰ ভাৰটো তৃতীয় শাৰী পাৰ
কনি নি শেষৰ শাৰীত অন্ত কৰিছে।
কি কি বিষয় পদ্যত লিখিব লাগে, তাৰ একো এটা
নিয়ম দিব নোৱাৰি; কিয়নো সকলো কথা কবিতা
কৰিব পৰা যায়। মূল কথ , সাধাৰণ বা অসাধাৰণ উপকথা
সকলোকে পথ ও। লিখিব পাৰি আৰু গদ্যতা লিখিব পাৰি।
কোনটো কথা পথ খাতিৰ তাৰু ঠিক কালোতে কথাটোৰ
ভাললৈ চাব লাগে। এক প্ৰকাশে চালে গগ আৰু পদ্য
কপা দুই পিঠি। যি শিঠি ধুনীয়া, কোমল বা গভীৰ সেই
শিঠি পত্ৰ লিখা ভাল। যি কথাকে গত লিখা যায়,
তাকে পন্থতে লিখিব পানি হয়, কিন্তু ইমো লক্ষণ একে
নহয়। গত সেই কথাৰ যিটো ভাৰ গ্ৰকাশ কৰিবা, পাতা
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
