পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬৪। পদ্য। ভুন ভূন কৰি ফুৰে আৰু সেই ভাবটে। দেখলে মনত কেনে কৰিষ লাগি যায় এই এটাইবোৰ কথা মনত ভাব লব লাগে। ফুলবোৰ এই দৰে ফুল থ কোতেই মলয়া - 'হে লাহে লাহে বৈছিল। এই কথাৰ পৰা পঢ়েতান মনত ভাব হব লাগে যে জ ম কৰি ফুলি থক। ফুল (বোৰ বতাহত কে?• সুন্দৰ চুলি ঢুলি নাচি ছল। সেই ব- হেই বা কোন সুগন্ধী আৰু শীতল, আৰু গাত লাগে তে কেন ভাল লাগিছিল; এই এতই খনি কথা মনত ভাবি ৰ লাগ। কবিয় ইয়াৰ লগত আৰু এটা কথা কৈছে। নেতিয়া তেওঁ এই কথাটে। দেখছিল, আৰু যেতিয়। এই সুখ ভোগ কৰিছিল তেতিয়া ইফালে কুলিয়ে চেনেই ত পমি সোৱা মাতেৰে আদৰ কৰি ধুন লগাই কু-ই কু-উ বুলি ১াত লগাইছিল। একেই আগ ৩ সুগন্ধী ফুল ফুজি মকই

'ছ, তাতে “তল মলয়া বতাহ বি ‘ন কৰি কবৰ

'৩ তমৃত লগাদি লাগিছিল। ইফালে আকা কুলিয়ে ধুৰ সুৰে মাতিছে। এই সময়ত, এনে অৱস্থা কৰিৰ মত যেনে লাগিছিল, আৰু তেওঁ যেনে দেখিছিল তাক ১ান ও ভাবি লব লাগে, তেহে তেওঁ কোৱা কথাটোৰ পথ বিচাৰি পোৱা যায়। কবিৰ মনত এই দৰে সোমাব নো- মিলে কেনেকৈ তেওঁৰ কথাৰ নস পাবা? কৰিয়ে যি কথ। কয়, তাৰ ৰস সেই শব্দবোৰত নাথাকে। তুমি শব্দটো পঢ়িয়েই তাৰ মূল কথাটোলৈ মন কৰিবা। শব্দৰ দ্বাৰাই যি কথাটো কয়, সি আচলতে কেনে আছিল তাক ভাবি চাবা, তেহে তাৰ ৰস পোৱা যাব। ইয়াকে কৰিব নোৱাৰাৰ