পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য বিচাৰ। সাৰুৱা বস্তু নাথাকিলে অকল ছন্দেৰেই সকলো সন্তুষ্ট নহয়। আগত কৈ অহা কথাবোৰ বুজিবলৈ কিছু টান হব পাৰে, সেই দোখ পদ্য কেনেকে বিচাৰিব লাগে, তাক এটা উদা- হৰণেৰে ভালকৈ বুজাই দিয়া যাব। বকুল বলি, আছে ফুলি ফুলি। | ময়া বলিছে ধীৰে। কুউ কুউ কুউ, কুলিয়ে মাতিছে | বসিয়া গছৰ শিৰে।। এই এটা ছদত লিখ। কথা। ইয়াৰ ভিতৰত চালে পদ্য বুলিবলৈ একো দেখা নাযায়। যি কথাকেটা ছন্দত লিখা হৈছে তাক ছন্দ ভঙ্গিও লিখিব পাৰি। আৰু ইয়াৰ অ- ৫.৩। একো নতুন বা মনোৰম কথা নাই। ফুল ফুপা আৰু কুলিয়ে মতা সকলোৱে দেখিছোঁ, সকলোৱে শুনিছো। তেও যে কৰিয়ে সেই কথাকে আমাক কৈছে তাৰ একো অৰ্থ নাই নে? অৱশ্য আছে, তেওঁ তাত কিবা এটা অপূৰ্ব্ব ভাৰ দেখিছে তাকে আমাক কৈছে। কবিৰ সেই ভাবটা যেতিয়া লৈকে উলিয়াব নোৱাৰা তেতিয়ালৈকে এই কথাটোৰ একো সোৱা নোপোৱা। কবিয়ে প্ৰথমতে কৈছে যে বকুল বন্দুলি আদি কৰি ফুলবোৰ ফুলি ফুলি আছে। এই ক থ টোৰ পৰা কেন ফুলবোৰ যে ফলি আছে তাকে বুজি পব নালাগে। তাৰ লগতে নানা বিধ ফল একে ঠাতে ফুলিলে দেখিবলৈ কেনে সুন্দৰ হয় তাকে। ভাবি সব লাগে। আৰু সেই ফুলবোৰৰ গোন্ধে চাৰিও কাল কেনে মলমলাই থাকে, তত ভোমোৰাবোৰে তৰুৰ বজাৰ নিচিনা কেনে