পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পদ্য। পণ্য নহয়। পদ্য বুলিলেই ভাব কোমল; ইয়াক এক কমে মাইকী সাহিত্য বুলিব পাৰি। তিৰোতাৰ যেন মাত মিঠা, মন আৰু ভাব কোমল, সেই দৰে পথ। সকলো বোৰেই কোমল হব লাগে, তেহে সি সেই নামৰ যোগ্য হয়। আমি পদ্য বি অৰ্থে ধৰিলোঁ, সেই অৰ্থে প্ৰায় কথা কিছু কিছু পদ্য বিচাৰি উলিয়াব পাৰি। আচলতে ক লাগলে পদ্য কেতিয়াও ওলাই নাথাকে, তাক পঢ়োতাহ বিচাৰি উলিয়াব লাগে। ছন্দ কেৱল পদ্যৰ চিন, তাৰ পৰা পন্য দেখা নাযায়, পদ্য তাত আছে বুলি জানিবহে পাৰি। আৰু ছন্দত নিলিখা অৰ্থাৎ গদ্য প্ৰণালীত লিখা পদ্যও অ- কে আছে। যি কেটা শব্দ লিখা যায়, তাৰ অথৰ তলত tণ যি ভাব সোমাই থাকে, তাক পঢিলে মন 3 যি যি ভা- বন উদয় হয় আৰু তাৰ পৰা যি ক) ভাবি লব পাৰি, এই এটাহখিনিৰ সমষ্টিকেহে আমি পদ। বুলিছো। শব্দকেটা পত যি অৰ্থটো পোৱা যায়, স কেৱল ইঙ্গিত মাথোন , সেয়েনে আচল পদ্য খিনি ঢাক বাই থাকে। তুমি যদি সেই কথাৰ আচল পদ্য বিচাৰ, তেন্তে লিখকৰ মনৰ ভি তৰত সোমাই তেওঁ যি দেখিছিল সেই বস্তুটোক তেওঁৰ চকুৰে চাৰ, তেহে পদ্য দেখা যাব। নাইবা, কেৱল ছন্দ বা মিহলি পদ মাথোন দেখিবলৈ পাবা। অনেকে কথাব ইমান ভিতৰলৈ যাব নোৰ নে, তও সেই কথাত ৰস পায়, কৰণ, ছন্দৰ গুণত পদ্য এনেই সোৱাদ লাগে। কিন্তু এই সোৱাৰে সকলোৰে মন মোহ। নাৱাৰে। ভিতৰত একে।