পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উপকথা। তাতে কি ভে, অস্কাৰী, অভিমানী। ৰাৰ- সাহা আৰু দয়ালু, গম্ভাৰ, সদাই যুলৈ সাজু। প্ৰেমিক- ধুনীয়া, মন বৰ কোমল, অলপতে বোৰ পায়, অথ নোহোৱা কথাৰ অৰ্থ উলিয়াই ফুৰে, ভাবু, প্ৰকৃত শোভা বৰকৈ প্ৰশংসে। | টেটটামন- প্ৰায় মনে মনে থাকে, কেতিয়াবা এটা কথা কধ, পাৰে মানে লোকৰ দ্বাৰাই কাম কৰায়। হা-- সভাৰ চঞ্চ, নাবা বুলিলেও চাৰি চাপৰি বজায়, ভাল-বেয়া সকলো কথা3ে লাগি ফুৰে, তাৰ এটাইবোৰ কথাই হাঁহিউঠা, বিশ্বাস। পতি - গী, দয়ালু, স্বামীৰ নিমিত্তে প্ৰাণ দিবলৈ পাৰে, মুখ প্ৰায় আমন জমিন। প্ৰেমিকা - চঞ্চল বা গম্ভাব, মলিন বা উল, অলা অলপতে কান ওলোৱা। এটা চল, সদাই উজ্জ্বল, মুখত সদাই হাঁহি, মুখ বৰ চোকা, সকলো কামতে পাগত, সনাত নোহোৱ, ৰ চতুৰ, মিছলীয়া। | এতধৰীসকলো প্ৰকাৰে ৰহৰাৰ নিচিনা, মৰয়াল, কেৱল কথাবোৰ হাঁহি উঠা নহব পাৰে। উপকথাৰ গুণাগুণৰ প্ৰাৰ ওৰ পৰিলহি, কেৱল এটা কথা মাথোন বাকী। সচৰাচৰ দেখা যায় যে এন নিকৰে কে বা থানো গোসানী সাজিল সেই কেষ্ট নেই আৰ একেৰকম হয়। একে জনা গোসানীৰ কেবা বানো প্ৰতিমা কৰিলে সেইবোৰ অৱ একে প্ৰকাশ হয়, আৰু হবও লাগে।