পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গদ্য। দুত লিখা কথাত সদাই কোমল শব্দ ব্যৱহাৰ কৰে। খোজ - নীয়। মগনীয়াৰ মুখতো কোমল শব্দহে দিয়া উচিত।' আৰু সাধাৰণ বৰ্ণনাত অৰ্থাৎ লোকে য কৈছিল বা কৰিছিল, তাক কব লাগিল মৃদু শব্দৰেহে কোৱা ভাল। বিচাৰতো কোমল শব্দ ব্যৱহাৰ কৰে। লোক ক উপদেশ দিয়াতে। প্ৰায় মৃছ শব্দ দিয়া দেখা যায়। এই দৰে ককশ শব্দ ও সময়ে সময়ে ব্যৱহাৰ কৰিব লাগে। মানুহৰ খং বৰ্ণব লাগিলে বা এজনক খঙ্গেৰে কথা কোৱাব লাগিলে কৰ্কশ শব্দ ব্যৱহাৰ কৰে। অহঙ্কাৰ বা গম্ভীৰ ভাব বুজাব হলে ককশ শবুদ বা চুটী মৃদু শব্দ লিখা বেয়া। তাত দীঘল দীঘল মৃদু শব্দ লগাব লাগে। ৰজাৰ মুখত প্ৰায় দীঘল কোমল শব্দ দিয়া দেখা যায়। ধীৰৰ মুখত দীঘল মৃদু শব্দ দিয়া উচিত। আমি মৃদু আৰু কৰ্কশ শব্দৰ কথা বহুত কৈ আহিলো। কিন্তু মৃদু আৰু কৰ্কশ শব্দ কাক বোলে তাৰ কথা মুঠেই কো।। নাই, এতেকে সেই বিষ আৰু চাৰি আমাৰ মান কব লাগিল। বৰ্ণ হনুসৰি শব্দ মূহ বা ককশ হয়। যদি এটা শব্দই কেইবাটাও কোমল আখৰ থাকে, তেন্তে তাকে কোমল শব্দ বোলে। আৰু যদি কৰ্কশ আখৰ বহুত থাকে, তেনে- হলে তাক ককশ শব্দ বোলা যায়। স্বৰবৰ্ণ এটাইবোৰ কোমল। ব্যঞ্জন বৰ্ণৰ ভিতৰত প বৰ্গৰ সকলোবোৰ আখৰ মৃদু, আৰু আনবোৰ বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ আখৰবোৰ ৩ বাজে বাকিবোৰ মৃদু। য, ৰ, ল, ৱ, এইকেইট। আখৰক কোমল বোসে, কিন্তু হ ক্ষ সদাই ককশ। অনুস্বাৰ কোমল মাৰত লগালে কোমল আৰু কৰ্কশ আখৰত লগালে কৰ্কশ