২৪ সাহিত্য বিচাৰ। সৰসত ভাইটি ও গল। আমাৰ বংশ একেবাৰে নিৰ্ব্বংশ হল। ভেটা উছন হৈ সাজ লগাওঁতাই নাইকিয়াত পৰিল। ধৰ খানৰ ভিতৰত ৰলে মাথোন মই।” এতিয়া আগৰ কথাটো এই টোৰে সৈতে মিলাই চোৱা, কিমান বেয়া-ভাল হৈছে। আগৰটো পঢ়িলে পঢ়োঁতৰো তেজ তপত হয়, মনৰ গতি তীব্ৰ হৈ উঠে, আৰু গাৰ শিৰ টনটনীয়া হয়। তাত ভাব যেনে, বাক্যও সেই প্ৰকাশে দীঘল চুটি কৰা হৈছে। তলৰটো কিন্তু সেই ৰূপ নহল। কথাৰ ভাৰটো হল তী, কিন্তু তাক এনে ভাবে প্ৰকাশ কৰা হৈছে যে পঢ়িলে বোধ হয় কওঁতা এনে নকৰ ই- চ্ছাৰেতে এলাহত দুই আসাৰ একাষাৰকৈ কথা উলিয়াইছে। ভাববোৰেই যেন বান্ধ নাখায়, শকেটাই যেন ওই নপৰে। শদ পাতনিৰ বিষয় আৰু চাইটা খান কথা নাকি আছে। কেতিয়া মৃদু শবদ আৰু কেতিয়া কৰ্কশ শবদ ব্য ৱহাৰ কৰিব লাগে, তাক লিখিবলৈ সহজ কৰিলেই আপোনা অপুনি জনা যায়। তেও সেই বিষয় স্কুল স্থল দুই চাইটা কথা ইয়াত কোৱা উচিত। লিখকে যে ওয়া মাহৰ মনত মৰম বা বিষদ জন্মৰ খোজে, তেতিয়া যত পোৱা যায় কোমল শবণ ব্যৱহাৰ কৰা ভাল। এই দেখি কোনো মানুহৰ দুথ বৰ্ণাৰ লাগিলে বা কোনে কেনেকৈ কান্দছিল তাক • বৰ্ণব লাগিলে, মৃদু শবদ লগে ধু গুত। তিৰোতাৰ বা লৰাৰ মুখেৰে কথা কোৱাৰ স'গিলে তেতিয়াও মৃদু শব্দ ব্যৱহাৰ কৰিব লাগে। আৰু তিৰোতা বা সৰাৰ কথাত নীতিগত বা ৪ ভাব সুমাই দিয়াটো বেয়া। কৰুণা।
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৮
অৱয়ব