পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্য । অফল শব্দ বিন্যাসৰ গুণেছে যে লিখা মধু হয় এনে নয়, বাক্য বন্ধাতত কিছু কথা আছে। যিবোৰ বাক্য লিখ। যায়, সেই এটাইবোৰ যদি ৰৰ দীঘল হয়, তেনে হলে 'পঢ়োতে অসুবিধা জন্মে, আৰু যদি বাক্য ৰোৰ নিচেই চুটি হয়, তেন্তে ভাষাৰ ৰস নাইকিয়া হব পাৰে। লিখাৰুৱে বাক্য ৰোৰ এনে ভাবে চুটি বা দীঘল কৰিব লাগে যেন ভাৰৰ লগে লগে সিহঁতো উঠা নমা কৰে। যেতিয়া তাবৰ উগ্ৰতা ৰাঢ়ি যায়, তেতিয়া বাক্যও দীঘল হৈ যোৱা ভাল; আৰু যেতিয়া ভাবৰ গতি শীতল বা ধীৰ থৈ আহে, তেতিয়া বাক্য বোকে। লাহে লাহে চুটি কৰি আনিব লাগে। পানীৰ ঢৌ যেনেকৈ বতাহৰ লগে লগে বাঢ়ে আৰু কমে, সেই মৰে ভাবৰ লগ লগে বাকাও দীঘল চুটি কৰা উচিত, যেনে, "মোৰ দুখৰ কথা কি কম, কুলাই পাচিয়ে নধৰে। সৰুতে মাউৰা হলো। আই মৰিল, বোপই মৰিল, ভাই মৰিল, ভনী যৰিল, বংশ লোপ হল, ভেটা উচুন হল, ঘৰত সাঞ্জ লগাওতা নাইকিয়া হল, কেবল মাত্ৰ বংশধৰ ৰলে। মই।” এই কথাটোৰ মাজৰ বাক্যটো বৰ দীঘল হৈছে। কি- • খ বৰ্ণাও বক্তাৰ ভাবৰ অৰ্থাৎ দুখৰ বেগ অতি এ ত উঠিল। মনৰ বিকাৰত কথাৰ ওৰ নৰাতে প বিল কিন্তু যদি এই কথাটো এই নিয়ম মেলেখি, দীঘল বাক ভাঙ্গি চুটি কৰি লিখা যায়, তেন্তে শুনিবলৈ বেয়া হব, সেনে, “মোৰ দুখন কথা কি কম? ফুলাই পাচিয়ে নপৰে। সৰুতে মাউনা হল।। আগে আই মৰিল, তাৰ পাচে বোপাই ও কাল। যি ভনী এজনী আছিল তাই ও মবি।