পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্য বিচ ৰ। নালাগে। যদি মৃদু অৰ্থাৎ কোমল শৰ ব্যৱহাৰ কৰিব খোজা, তেন্তে এনে ঠাইত সেই শৰ লগোৱা উচিত, যে তাত যেন আগত বা পাচত এটাও কৰ্কশ শব্দ নাথাকে। কোমল আৰু কৰ্কশ শব্দ একে ঠাইতে শিখিলে ভাত আৰু দুটা চাউল মিহলোৱা যেন হয়। কৰ্কশ শব্দৰ যে গুণ নাই এনে নহয়, ঠাই বিশেষ তেনেকুৱা শব্দ ব্যৱহাৰ কৰিলে বৰ সুন্দৰ হয়। তাকে আনিবা ঠাই চাই লগাব লাগে। বহু ত কৰ্কশ শব্দ একে লগে ব্যৱহাৰ কৰিলেও সময়ে সময়ে শুনিবলৈ ভাল হৰ পাৰে। যিৰোৰ শব্দ মৃদু তাকে। অঠাইত লগাৰ না- লাগে। এইটে পাই মনত ৰাখিবা যে যি কথাটো লিখা মেয়ে যেন নিবলৈ ভাল হয়। সুশাব্যতা সাহিত্যৰ এটা যাই গুণ। ই যত নাই মানুহে তা আদৰ নকৰে। এই বিষয় তলত এটা উদাহৰণ দিয়া গল। “নলা কোমল লতিকা প্ৰচনৰ বেগ সৰলৈ নোৱাৰি কাতাৰে পৰণী আৰ লৈছে।” এই বাক্যটোৰ ভিতৰত এটা কৰ্কশ শব্দ ব্যৱহাৰ কৰা হৈছে, কিন্তু সি উপযু ঠাইত পৰা নাই। কাৰণ তাৰ লা- গত আৰু পাচত যিবোৰ শব্দ আছে সেইবোৰ কোমল। ইয়াত এতন” নেলখি বতাহ বা অনিল লিখিলে ভাল হয়। এই দৰে কৰুণ শৰ লগত কোমল শব্দ ব্যৱহাৰ কৰাও বেয়া, যেনে, “খৰৰি ৰুপৰ ফল বৃক্ষ নে।” | এই বাক্যটোত শ শ হত, কিন্তু তাৰ মাজত “কশী” শটে। কোমল আছে। ইয়াত কদলী নিদি না বা আন কোনো কৰুণ শৰণ দিলে ভাল ল যেতেন।