পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গদ্য। হটা ভাগৰ, এই দুই শক উচিত ঠাইত ব্যৱহাৰ কৰা হোৱা নাই। কিয়নো বাকটা বাকি এটাইবোৰ শৰ চলিত গাধাৰণ শব্দ, আৰু তাৰ ভাবে সিমান ডাঙ্গৰ নহয়। এই ঠাহত মহীহ মুবুলি গছ আৰু খেচৰ বুলি চৰাই বা পক্ষী বুললে ভাল হল হেঁতেন। | সৰু শব্দৰ লগত ডালৰ শৰ ব্যৱহাৰ কৰিলে যেনে বেয়া হয়, ডাঙ্গৰ শব্দৰ লগত স শব্দ ব্যৱহাৰ কৰিলেও বেয়া শুনি। উদাহৰণ দিও চোৱা।-- | “পূৰ্ব দিশে অৰুণ দেৱৰ কিঞ্চিৎ আবিৰ্ভাব হওঁতেই পৰিমল-শোভ-ক্ষিপ্ত ভোমোৰা—গ্ৰাম বিকশিত প্ৰসূন গৰ্ভবতী মুখ মহা বেগে ধাবমান হল।” | এই বাক্যটোৰ ভাব অবশ্য বৰ গভীৰ নহয়, তেও তাক ডাঙ্গ শব্দৰে প্ৰকাশ কৰা হৈছে। সাধাৰণ ভাৰ সাধাৰণ কথাৰেই প্ৰকাশ কৰা উচিত। কিন্তু সেই বুলি যে সামান্য ভাব ডাঙ্গৰ কথাৰে প্ৰকাশ কৰিলে কোনো দোষ জন্মে এনে নহয়। লিখকে যেনেকুৱা শৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে তেনেকুৱা শব্দকে ব্যৱহাৰ কৰিবলৈ পাৰে। কিন্তু শৰ পাতনি কোনো দোষ ঘটিব নালাগে। ওপৰত দিয়া বাকটোৰ শৰ পাতনিত এটা দোষ আছে। তাত “ভেমোৰ” শব্দটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগিছিল। কাৰণ বাক্যটোৰ আন এটাইবোৰ শৰই ভাৰ। ডাগৰ শব্দৰ লগত ভাঙ্গৰ শৰহে মুৱা, আৰু নিৰলৈকো ভাল হয়। শব্দ ব্যৱহাৰ কৰোতে আৰু এটা কথা আছে। একে ঠাইতে কৰ্কশ আৰু মৃদু দুই বিধ শৰ ব্যৱহাৰ কৰিব