২০ সাহিত্য বিচাৰ। পোন পান কথাৰে তাৰ প্ৰকাশ নকৰি ঘূৰাই পাই, আৰ নিচিনা তাৰ নিচিনা বুলি মনৰ কথা শুকাই ৰাখে। পচে পঢ়েতাই সাঁথৰ ভাৰ নিচিনা শুণিগাখি উলিয়াই লৰ লাগে। এনেকুৱা কথা সংস্কৃত ভাষাত বত পোৱা যায়। আন কি নিমন্ত্ৰণী পত্ৰ এখান সংস্কৃতেৰে লিখিব লগা হলে, তাতত সেই নৰে কথা লুকাই থৰ। সেই পত্ৰ পঢ়ি নিমন্ত্ৰণ কাহানিলৈ কৰিলে তাকে উলিয়াবলৈ চাৰি জন প- ঙিত লগাত পৰে। গদ্য লিখোতে এই দৰে লিখা ভাল নহয়। ইয়াত সকলো কথা ওপৰতে ওলাই থাকিব লাগে, তেহে গত ৰসাল হয়। নাইবা কথাৰ অৰ্থ বুজিবলৈ প্ৰৱন্ধ কৰোঁতে ৰ একেবাৰে হেৰায়। আৰু গদ্য লিখেতে আগৰ পৰা গুৰিলৈ একে ৰকম শব্দ ব্যৱহাৰ কৰা ভাল, এঠাইত সাধৰ শৰ এঠাইত টান শৰ ব্যৱহাৰ কৰিলে পঢ়োতে মাজে মাজে উজুটি খাই যাব লাগে। বাট ও চাপৰ হলে যেনেকৈ খোজ কাঢ়িবলৈ বৰ আচল হয়, তেনেকৈ গতত এঠাইত সৰু, এঠইত ডাৰ শব্দ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আচল , আৰু শুনোতে ও বেয়া শুনি। সদাই বি বোৰ শৰ ব্যৱহাৰ কৰা যায়, তাৰেহে কথা লিখাও উচিত। কোনেও নজনা, কেতিয়াও মুশুনা, শকেৰে কথা লিখিলে তাৰ একো ৰস নাথাকে। ইয়াৰ এটা উদাহৰণ। দিও ছোৱা:- এডাল ওখ মহীৰূহত নানা বৰণীয়া খেচৰ পখি মনৰ আনন্দে নাচি নাচি ঈশ্বৰৰ প্ৰণ :ণ কৰিছে।। এই বাক্যটোৰ ভিতৰত মহীৰূহ" আৰু " খেচৰ” শব্দ
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৪
অৱয়ব