পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৮ সাহিত্য বিচাৰ। প্ৰণালীৰ বিষয় ইয়াত আমি একো নকওঁ, ব্যাকৰণ শিকিলেই তাক সুন্দৰ ৰূপে শিকিব পৰা যায়। আমাৰ কবলগীয়া কথা এই যে ব্যাকৰণৰ নিয়ম অনুসৰি যথা ঠাইত ক্ৰিয়া কৰ্তাদি শব্দ পাতিলেই গদ্য হয়। কিন্তু ইয়াতে আৰু এটা কথা আছে। ব্যাকৰণত যেনেকৈ কৈছে সেই দৰে শব্দ পত হলেও, ক্ৰিয়া, কৰ্ত্তা, কৰ্ম্ম আদি কৰি সকলোবোৰ উচিত ঠাইত থোৱা হলেও, বাক্যটো গদ্যৰ আকাৰ নধৰিব গাৰে। বিবেচনা কৰা এজনে লিখিছে যে “পুৰ ফালত পৰা যুক একে ৰাহে বৈছ”। এই বাক্যটোত ক্ৰিয়াও আছে আৰু কৰ্ম্মও আছে, আক শব্দবোৰ, যথা নিয়মে পতা হৈছে, তেও ইয়াক গদ্য বুলিব নোৱাৰি, কিয়নো বাকাটোত এটা ধাই কথাৰ অভাৱ। যি শব্দৰ দ্বাৰাই বাক্য সজা যায় সেই শফকেটাৰ ভিতৰত মিল থাকিব লাগে। এটাৰ লগত আন এটা লগাই চালে অমিল হব নালাগে, অৰ্থাৎ এটাইবোৰ শব্দ গোট কৰিলে এটা অৰ্থ এশাব লাগে। যদি সেই শব্দ- বোৰৰ পৰা একো ভাব বা অৰ্থ উলিয়াব নোৱাৰি, শব্দকে টা গোট খাই এটা কথা হব লাগে। এই কাৰণে গদ্যক কথাও বোগে। | 'ইয়া দেখা। যে গদ্য আন একো নহয়, কেৱল ৭১ " , ৰিতীয় নাম মাথোন, বা কথাৰে আন এটা মূৰ্তি। কন্তু এই কথাৰ পৰা গদ্য লিখা বৰ উজু কাম বুলি ভৰা 'ত নহয়। কওঁতে কথা সহজে ওলায় হয়, কিন্তু লিখিবৰ সময় আখৰে আখৰে উজুটি বাৰ লাগে। কবৰ সময় যে ৩াহ যিটো ভাৰ মনত ওলায় তাকে কব পাৰি, আৰু যে