গ্য । কলােৱে জানে, কিয়নাে ইয়াক ব্যৱহাৰ নকৰা মানুহ নাই। কিন্তু গম্বৰ লক্ষণ জানিলেও, তাৰ ভিতৰৰ দোষ গুণ বেগেতে উলিয়াবলৈ টান । পৃথিবীত আমাৰ কত চিনা ক মানুহ আছে, তেওঁলােকক আমি দেখিলেই চিনি ধৰিব পাৰে। কিন্তু এটাইবিলাক চিনাকি মানুকৰ ভিতৰৰ দোষ গুণ বুজি- বলৈ টান। সেই দোষ গুণবােৰ জানিবলৈ যত্ন নকৰিলে কেৱল চিনাকি হলেই এটাইখিনিৰ গম পাব নোৱাৰি। গদ্য ও তেনেকুৱা। যদিও আমি তাক দিনে ৰাতি ব্যৱহাৰ কৰে৷ তেও তাৰ ভিতৰুৱা দোষ গুণ নিশিকিলে জানিবলৈ টান । এতেকে গদ্যৰ ভিতৰত আমি নজনা কি বা দোষ গুণ আছে নে নাই বিচাৰি চোৱ, যাক । | গত কিহক বােলে, হ তে : “ক। • • • গুণ ওপৰে চালে বােধ ভয, যে টাকে ? | লিখিলেই পন্য হয়। কিন্তু অলপ গমি চা শ বুজি ? যে সি নহয় । যেই সেই শব্দ একে ঠাই কৰিলে গদ্য ২ নােৱাৰে, যেনে গছ শতা স্বর্গ পানী। ইয়াত চাহটা শব্দ আছে, তেও গদ্য নহল। এনেকৈ কব পাৰা, যে শব্দ এটা একেটা বিশেষ্য তাৰ ভিতৰত ক্রিয়া পদ এটি ও নাই, এতেকে গদ্য নহল। কিন্তু তাৰ ভিতৰত এটা বা দুটা ক্রিম। পদ দিলেই বে গন্য হব সিও নহয়; যেনে, গছ শতা খােৱা স্বগ দিয়া পানী । ইয়াৰ ভিতৰত ক্রিয়া পদ দুটাও আছে, 3ে3 oাক গদ্য বুলিব নােৱাৰি। কাৰণ শব্দ পাতিবৰ এট। বি- শেষ নিয়ম আছে, সেই দৰে নাপাতিলে যিমান শব্দ লিখা নিলিখা সি কেতিয়াও গদ্য হব নোৱাৰে। শপ পাতিব।
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২১
অৱয়ব