পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য বিচাৰ। যেন ঢোকাকে লৈয়া যায় সোলা ফল থানিতেৰুে ৰহ আজি দিবে প্ৰতিফল। আন নৃপতিৰ মতে আমাক লেঙ্কাস। কম্নি কুমৰৰ তই আঁটা নতু পাস। প্ৰমত্ত বাঘৰ আগে থেলাস গায় কৎসাল সৰ্পৰ যেন লাজে দেস পায়। মাৰিবাক লাগিয়া যমত কৰ খেড়ি আজি তোক নামাৰি সেন্থৰে নষাও এৰি। শান্ত বা বাৎসল্য --- মৰম বা ভক্তি বুজুৱা আৰু শাকিলে তাক শান্ত ৰস বোলে; যেনে,-- লোক খেদিয়া যা তিনি চাৰি ভৰি মুখ চাই নিচিনি থাকত যেন ভৰি। কচিমে লেপিত হয় আসন্ত উলটি দেখি দুইকো দুই মাৱে ধৰন্ত সাৱটি। স্নেহে পীৱন্ত স্তন পুত্ৰ মুখ চান্ত মিল আনন্দ দেখি গজি আসে দন্ত। আজি বহু দিন মিতা, তুম সৈতে নাই দেখা ছিলা কৰবাত মনে মনে। দেখিয়া তোমাৰ মুখ, মনে ৰৰ পালোঁ সূখ, জুল জীৱন এতক্ষণে। একে দিনে জনমিলে, একেলগে বৰ হলে। | একেলগে কৰিছে ধেমালি। কেনে সুখে দুই জনে, ফুৰিছিলোঁ। ৰনে ৰৰে মনত পৰেনে? স কালি।