পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবস। :- একো নেদেখন্ত কামাতুৰ ভৈল গৰ কন্যাৰ ধৰিবে মনে দিলন্ত লৱৰ। খটমট কৰি বাজে গলে মূও মাল। কঙ্কালৰ সোলকি পৰিল বাঘ ছাল। ভৈল উলঙ্গত তাকে নাচাস্ত চাপৰি দেখি পলাইক লৈ কন্যাও লৱৰি। হাঁসি লাজে আৰ হোন্ত ই গাছে সি গাছে খেল হুয়া শঙ্কৰো থেদন্ত পাচে পাচে। ঘৃণা- কোনো ঠাইত আছে পৰি মৰা গৰু এটা আৰু পৰি আছে কত হাৰ গোটা গোটা। গেলিছে মঙ্গহ তাৰ গোন্ধে প্ৰাণ উৰে, তাতে পৰি বৰমাখি ভেন্ ভেন্ কৰে। এফালে লাগিছে আহি থকুৱা শকুনি, খিকিনালি কৰি খায় মাংস টানি টানি। কোনো ফালে পোক লাগি পিল পিল কৰে, উৱলি মই কতো খহি খহি পৰে। আৰু আছে চুদা চুবি বিষ্ঠা কেউফালে কেচা, পকা’ ধোঁৱা উৰা, ঘিণ লাগে চালে। নৌ--- উগ্ৰ বা খং বুজায়, এনে ভাব থাকিলে তা বৌ বস বলে; যেনে,- শুন অৰে যদু বংশী কৃষ্ণ হৰাচাৰ, কেনে চুৰি কৰি নেস ভগিনী আৰ। মুঘুৰিলি, কন্যা তই মোতো খুজিলি