পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হিত্য বিচাৰ। ভাৰ ডিঙ্গি হাতৰ ভাগৰ ধুমধুমনি ই মূৰৰ পৰ সি মুৰলৈকে গোটই গাওঁতে শুনি। ভাগৰ চৰাৰ ডাঙ্গৰ খুটাত ভাঙ্গৰ গাৰু পাৰি শটি ঢাৰি খাই দাই উঠি বহে ভেম মাৰি। ডাঙ্গা গডগিত পানী, ডাঙ্গ বটাত পান ওচৰতে থয় হোক, চৰিয়া পিকদান। ডাজৰ বিছনিৰ ৰা জুৰ লাগি পৰে চকু মুদি ভাগৰ ডাঙ্গৰ হোঁতৰণি মাৰে। পিন্ধা-উৰাত ভেম ভাঙ্গৰ কথাত ডাৰ গপ তলে তলে কথা ডাঙ্গৰ পুৱা ডাঙ্গৰ জপ। ভয়ানক—ভয়জনক কোনো ভাব থকিলে তা ভয়ানক কস বোলে; যেনে-- ডেৰ প্ৰহৰৰ পথ জুৰি নিৰন্তৰ চূণীকৃত কৰিলেক বৃক্ষ নিৰন্তৰ। যোৰ ৰূপ দেখি প্ৰা কৰে উসম তড়িয়াছে দন্ত যেন লালৰ ইং। নাকৰ ভিতৰ যেন পৰ্বত গহ্বৰ ভয়ঙ্কৰ শিলা সম ত খুলন্ত। অতি কুকুটা কেশ বিকৃত কুৰূপ। চকুৰ কোটৰ যেন দুই অন্ধকুপ। হাত ভৰি পড়িয়াছে যেন দেখি আলি তা পুৰি যেন পেট আছে খালি। বীভৎস- বগা ৰা বিল বুকুৰ গৰ থাকিলে তা বা ফল বোল; যেনে-