সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মস। দেখ নাম কৃষ্ণ ঐত আছে। বথত নাহিক বুলি উঠিল। লোইক ৰথতে দুনাই দেখিলা। পূৰ্বতে বসি আছন্ত দুই। দুনাই বুৰ জিলা বিস্ময় হই। লৰ মাজত দেখ পাচে সহস্ৰেক কনে অনন্ত আছে। পৰম পুৰুষ আছন্ত বসি প্ৰকাশে মুখ যেন পুৰ্ণ শশী।” হাস্য-—-হহি উঠিব পাবে এনে কোনো ভাব থাকিলে তাক হাস্য ৰস বোলে, যেনে-- ডাঙ্গন দীঘল ভুনি মা, মূৰত ডাঙ্গৰ পাগ বিয়ায় সভায় ডাঙ্গৰ চৰুত পায় ডাঙ্গৰ ভাগ। ডাঙ্গণ জাপি। ভলত যায়, ডাঙ্গন পিৰাত বহে ভঙ্গ হাকাত ধপাত খায়, ভগৰ ডাঙ্গৰ কাহে। ডাঙ্গৰ খাই ডায়। মাছ ডাঙ্গৰ ভেটি তাৰ গোচৰ শোধাত জগৰ ভাত সদাই লাগে। ভাঙ্গৰ ঘৈনক চুলিত ধৰি মাৰে ডাঙ্গৰ চৰ জঙ্গৰ চাউলৰ ভাত দিয়ে তাঁতশালত ,ঘৰ। বন্দীক মাৰে খুটাত বান্ধি ডাঙ্গৰ বাঢ়ীতে ধৰ্মৰ কোব লগুৱাৰ মুৰত দিনে ৰাত পৰে। ডাৰ, ডাবিত সৰলৰ লয় লৰালৰি ড্যৰ কে কোবত কেও কান্দে বা চিৰি।