পৃষ্ঠা:সাধনী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. — —— —- সাধনী। .. মাখাৰে সি ৰাজনীতি, বােল সেনাপতি। কোন তেওঁ অসত্য ভূপতি,অচিতে পাচে সেনা বিনা সন্মতিৰে! কাকী নাই বুজিৰ, ৰীতি-নীতি-হীন দেই দেশ। টু সেনাপতি।কিবা কোৱা ! ৰাজনিন্দা সমুখত মোৰ ! কাপুৰুষ তুমি ! নতুৱা ৰজাৰ নিন্দা, সেনাপতি হই, কি সতে কৰিছা তুমি? বিতণ্ডাৰ কাজ নাই, আই। আগ বাঢ়ি, লােৱাহি চিনাকি মােৰ ৰাজ-মহিমা। কনচেং নির্ভীক হৃদয়। শতু যদ্যপি তুমি, শার্গো বিস্তৰ তৰ এনে পুৰুলি । ন্তু সেই প-ৰত্ন, ধন্য শুৰ তে, ধন্য হুৰ জন্ম-মৃত্যু, ধন্থ আত্মত্যাগ, কর্তব্যত মজি যেয়ে, পাহৰি আপােন, ৰাজ্যৰ গৌৰৱ হেতু বাজা-পালন, জীৱনৰ উচ্চ ব্রত পালে প্রাণপণে। সঁচাকৈয়ে হয়, স্বদেশ, বিদেশ আৰু অপদসঙ্কট-বোধ নাথাকে মনত নকৰে ক্ৰক্ষেপ আৰু প্রা-ভাই কর্তব্যত উক্ত হয় ষেধে প্রাণ! ধন্ত হৱ ৰাজভক্তি, ধন্য সেই ভূমি, অগ্যত যি হয় এনে বীৰপ্ৰৱিনী।