পৃষ্ঠা:সাধনী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। সন্ধি-সুত্রে বন্ধ হল কমতাৰ পতি, নহল সমুখ কোনাে কোচ সেনাপতি। গৌৰেৰে দৰ্প কৰি পঠিয়ালে বিবা সাহসী সৈনিকদল, প্ৰৱল প্রতাপে, নবাব স্বয়ং যৰ বীৰ সেনাপতি, সিও হঁয় আঁতৰিল নিলগৰেপৰা, সবংশে নিধন কৰি নীলঞ্জ ৰাজ। নাহিল উজাই এৰি কমতাৰ সীমা। বিবা হােক, সোধে। এওঁ কোন বীৰ কিবা জানি এৱে মােৰ পূৰা কামনা। { ছুটীয়া সেনাপতিৰ প্রতি) কোন তুমি ? কিবা সাহে প্রবেশ। ইঠাই ? কোনে দিলে অনুমতি সসৈন্তে তােমাক পৰৰাজ্য প্ৰৱেশৰ হতু ? কি আছে টি সন্মতিৰ ? নাই যদি অনুমতি, সমুচিত শাস্তি তাৰ পাৰ হাতেতে। ছু: সেনাপতিই অনুমতি। নাই তাৰ প্ৰয়ােজন। আদেশিত সেনাপতি ছুটীয়া ৰাজৰ, অপােন উদ্দেশ্য লই আহিছে৷ ইঠাই। নেদেখাব বিভীষিকা নড়ৰে কথাত। কনচেংচৰিত। কৰ এনে সঙ্গ ।