পৃষ্ঠা:সাধনী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। সার্থক মানিম ময়ো মোৰ বাহুবল, যুঁজি আজি তােমাহেন বীৰকেশৰীৰে। আহা চান্দি, সাজু হোৱা, ধৰ তৰোৱাল, সম্মুখ সংঘাম পার্তো আহঁ। ৰবীৰ। (দুইৰে যুদ্ধ ছুটীয়া সেনাপতি নিৰ আৰু পৰান্ত।) কনচেং-ভিলো এফেৰি তৃপ্তি যুঁজি এই বীৰবাই সতে। ধস্থ তুমি, ন্য তৱ পৰাক্ৰম! যুঁজলে বিস্ত, বেচ, খেন, কছাৰিৰ সেনাপতি সতে, পৰা নাই ঠাৱাৰিব কেৰে অপৰ সম্মুখ সংগ্রাম পাতি মােৰ সমীপত। স্বর্ণ, ৰত্ন, কামপীঠ নিকৃ-বিজয়ত পোৱা নাই লগ এনে লৰোতা এজন, পোৱা নাই তৃপ্তি মােৰ সম্বৰ-তৃষ্ণাই ; পুৰালে আজিহে সাধ ছুটীয়া ৰজাই পঠিয়াই ৰণবেশে নিজ উদ্দেশ্য এনে সেনাপতি। আহােম সেনাৰ প্ৰতি | বন্দী কৰ সেনাপতি। যা সম্মনেৰে ।। আঃ সেনা--তাল, দেউতা-ঈশ্বৰ। {বন্দী কৰে। কনচেং-ই বল বন্দী এৰে যথা হানলই। বিপক্ষৰ সেনাদল যাব পাৰে নিৰাপদে স্বদেশৰ মুখে, বার্তা দিই।