পৃষ্ঠা:সাধনী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। দেখো বাৰু কোন, আহিছে ফৰিং উৰি অগ্নি-কুণ্ডলই !-বােল সৰে উচৰৱে “স্বৰ্গদেৱৰ জয়”। আহােম সৈ।—জয় স্বৰ্গদেৱৰ জয়! কং -ইকি! সঁচাকৈয়ে দেখো পৰে আহি উৰি, উন্মত্ত পতঙ্গল কোনােবা ৰাজ্যৰ! যি বীৰ্য-প্রতাপ-তাপ সহিব নােৱাৰি, অসম ভূপতি সৱে মানিছে শৰণ; অসীম ক্ষমতাধাৰী কমতা-ঈশ্বৰ, কৰণ হল আজি যাৰ প্ৰভাৱত ; অদমা কছাৰি ৰাজ হই প্রদমিত, পদানত হয় আজি যাৰ; যাৰ নামে অলে আজি অসমৰ নাম; সেই তেজ, সেই বীর্য, সেই জ্যোতি ৰাজ-গৌৰৱৰ ভুলি-নতু অৱহেলি-আহে কোন উক্তি জীৱন জাপিৰ হেতু জলপ্ত কুণ্ডত । অথবা, নােহে সি সামান্য নৰ, নহয় উন্মাদ; বীৰবাহু জানােবা সিন। হােক সেয়ে ; হয় যদি সত্য সেক্সে হায়, জুম জীৱন মােৰ হেঁপাহ চাই, প্রকৃত বীৰ আজি বীৰত্ব দেখাই। কছাৰি ৰণত তৃপ্তি নপলালে মােৰ, নাপালে যুঁজত কোনাে সমনীয়া ৰীৰ -