পৃষ্ঠা:সাধনী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ অক। —se -- প্রথম গর্ভাঙ্ক। দিখৌমুখ। (সসৈন্যে ছুটীয়া সেনাপতি।) ছুঃ সেনাপতি।পৰৰ ৰজাত আমি সোমালোহি আজি ; বিন৷ সম্মতিৰে ; ঘটিক জঞ্জাল বহু জানিব। নিশ্চয়। আব্বাধীন ভূত জানা, আমি সকলােটি, আহিছে। আদেশমতে আপােন ৰজাৰ; শৰীৰ পতন কিম্বা উদ্দেশ্য-সাধন, এই পণ ৰাখিব। মনত! নহটি। কেৱে তো, ঘটে যদি বিপর্যয়। বােল সৱে, মহাৰাজৰ জয়! ছু সৈয়জয় মহাৰাৰ জন্ম। {সসৈন্যে কনচেং ডাব্দৰীয়াৰ প্ৰৱেশ1) কচকোনে কাৰ এখনি কৰে অঞ্চৎ ! জয় মহাৰাজৰ জয় বিলাত , বাকি কাণত আ!ি