পৃষ্ঠা:সাধনী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। -- -- - - নীতি সাংসাৰিক পক্ষে ইটো নইঃ সম্ভৱ। শত্ৰুৱে আদৰ পালে শত্রু বাঢ়ি যায় । সংসাৰত সাক্ষী তাৰ আছে অগশন। সাধনী-সাধু, শন্ত, জ্ঞানীজনে সততে শক দমে সদাচাৰ সতে । দেখিছো বিস্ত। নীতি-অজ্ঞান, অসাধু মই ? নব। অধিক কৰিম আপুনি মই যি দেখে। ভাল। (উচ্চাৎ মৰি গুচি যায়।) সাধনী।-হিতে বিপরীত বােলে লােকে ইয়াকেই। কালৰ কুটীল খস্তি পােলাবৰ গুণে, কত চিন্তুা কত যত্ন হইছে বিফল। তৃতীয় অঙ্কপাত।