পৃষ্ঠা:সাধনী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। দিখৌমুখত এক চকী পাতিবৰ সুদিহা কৰিব লাগে,আছে। অদেশিত। চুম্মুং জাল কথা, উঠো তেন্তে, যােৱা ঘৰাথৰি।। দ্বিতীয় গর্ভাঙ্ক। উদ্যান। ( সাধনী আৰু নীতিপালৰ উদ্যান ফুণ) ( দুফালৰপৰ দুগৰাকী গায়িকাৰ প্ৰৱেশ } গীত। বিড়া—জলদ একতালা। ভুলি গতি আমি হেৰা আহিছে। জই। স্বগ দুৱৰী, আমি দুই কিন্নৰী, শুনি বাঁহী, নামে। হাতি, দুয়ো প্রেমময়ী অপেচৰী। উদ্যান উজলি ফুলিছে ফুলকলি, আদৰেৰে তোলোগই ক্ষাৰি। সেউতী-মালতী, ফুলমাহী ব্যক্তি-যুতী, হালি-জালি হাহে পদুমী। আছে। আমি চাই হাঁহি হাঁহি হাঁহি অকই। (দুইৰো দুফালে প্রস্থান)