পৃষ্ঠা:সাধনী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। নীতিপাল।—প্রিয়া । সাধনী -প্রাণেশ্বৰ। নীতি-কি যে মনমোহা গীত। সাধনী অতি মনােহৰ! | নিয়ে থাকিম যেন। নীতি আৰু, প্রাণেশ্বৰী,-- সাধনী -কি কোৱা প্রাণেশ্বৰ ? নীতি।—যেনি চা, দেখো মাথো মৰমৰ চিন্। সাধনী -চা, জগৎ-সংসাৰ যেন মৰমৰ ছবি । নীতি —দেহ-মন কিহ জানাে জুৰ কৰি নিয়ে । সাধনী-শাস্তিৰ বিকাশ মার্থে। দেহ-মনে ধৰে। নীতি।--স-সুখ মূল তাৰ জানিব নিশ্চয়। সাধনী।-জানিংছ। নিশ্চয়, সঙ্গে মাতে সুখ-দুখ । নীতি।তোৰ লগত বিভােল পৰণ মােৰ! পাহৰিলো পুৰ্ব্বভাব পূৰ্বৰ সঙ্গতি। সাধনীতি অনুগ্রহ; ভুলিছ৷ সি সৰু যদি। নীতি-ভুলিছে সঁচাকে; পতিয়াৰ প্ৰশেখৰী। নলও আগৰ গ, ভুলিছে। সি সৱ। সাধনী।--মাই ভুল । ছায়-ঢাকা অগ্নিশিখা তুমি! নীতি !—আই। প্রিয়া, ফুৰি ফুৰি যাওঁ বা হই। (দুইৰে। প্রস্থান।) (নাশীয়াৰ প্ৰৱেশ)। নাশীয়া।- কি কথা বােলে কিনা মাশৰ গীত ঔ! কাশেৰে শুনো, চকুৰে নেদেখো! আক্ষে চকুৰে ৰিণিকি ৰিণিকি