পৃষ্ঠা:সাধনী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধন। ১ জ্ঞান-চৰ্চাৰফল; আৰু আন মতে নােৱাৰে লভিব কেৰে শস্য ৰীৰ নাই যাৰ সাহ-ৰী শাৰীৰিক বল। ইও এক সত্য কথা,-নাথাকিলে মূল নােৱাৰে বাঢ়িৰ গছ এই পৃথিবীত। চুহুংজ্ঞানগর্ব কথা। ৰাজনীতি, ধর্মনীতি, সমজ্ঞানী সমদশী তুমি ছাৰীয়া। এ। এবে সেই কথা, নাই প্রয়ােজন। কনচেং প্রােজন স্বৰ্গদেৱ, দেখো সুবিৰ। অপৰ ৰাজাৰ কথা, বজাৰ পদ্ধতি, আলটিলে বহুল আছে পাবলই। ছুটীয়া প্রসঙ্গে এই যথা সময়ত টানিব বিস্তৰ লাভ, ধৰে মোৰ মনে। চুহুং । তুমি, দেখা যাৰ সময়ত যি লালা - যশস্যৰ ভাগী তুমি আছ নিৰন্তৰ। কন।ভাল, স্বৰ্গদেৱ। মাগিছে বিদায় এবে। হব লাগে যাত্রা কাশি উষা-পুৱাতেই, আমাৰ ৰাজধ্য উদ্দেশি ভালই।