পৃষ্ঠা:সাধনী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ সাধনী। সকশো=েহােক সিদ্ধি, সকলােৱে কৰিা কামনা। ৩৪, এখল সিদ্ধি, চোৱা এই বাৰ (খৰ নিক্ষেপ কৰে । আৰু বিফল হৈ বেজাৰ মনেৰে ঘূৰি আহে}} (সকলো স্তম্ভিত! সভা ঊয় পৰিল !!) ধৰ্ম্ম --আচৰিত বাস্তবিক । সভাসদ।—অতি আচৰিত ! মন্ত্রী নোহে আচৰিত। আর্জিলে ভুঞ্জিব লাগে, নাই তাৰ কৰ; আর্জিছে। ই পণ বেবে, নিশ্চয় লভিম অজি শুভফল তাৰ। নহব। হতাশ, আহা আৰু আৰ্ছ কোন্। কুল-মৰ্যাদাৰ নকৰে বিচাৰ কৰা নাই তেনে পণ। আখ চাপি বোনে পাৰ লভি ৰাজপণ ভাহি সাধনী ধন। নামীয়া দশকণ্ডলীৰ মাজৰপৰা) নিত্তই। নিতাই-ককাই। নালীয়া—এইবাৰ আমাৰ পাল। সাজু হ! নিতাই। কোনােবাই কিবা কয় বা ককাই ! নালীয়া-কোনে কি কব পাৰে । মই আছে। তই ভয় নকৰিবি ! নিতাই -নহয় ককাই ! সেবােৰ বৰ বৰ বিষয়াৰ লৰাই পৰা নাই । মই পাৰিলে, মােক কিবা কৰে বা নালীয়া হেৰ, কোনে কি কৰিব? জাল হে আকে। সৌৱা মন্ত্রী-