পৃষ্ঠা:সাধনী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামী। দোতাই কি কলে শুনা নাই -যেয়ে এক পাট কাঞ্চেৰে- কেৰুে টুৱাটো শালি মাটিত পেলাব, সেয়ে পাব। নিতাই।—কি পাব? কি পাব, ককাই। নাশীয়া বহুত পাব; এতিয়া তাে সেইবোৰ কথা নালাগে। তাই ধোঁড় লৈ মুঠেই আগ বাঢ়। নিতা -যাওঁ বাৰু তই মােৰ লগ নেৰিবি দেই ককাই। মই হলে কালৈকো নাচাওঁ, পােনেই মাৰিমগৈ। (নলীয়া আৰু নিতাই অাগ বাড়ে। সভাল কোন সিটো, লাগে। কিবা তাক ? নালীয়া।এওঁ সেই পণ মাৰিবলৈকে আগ বাঢ়িছে। সভাসদ। ঘূৰি হেৰ নবি বলিয়া! নদীয়া নহয় বলিয়া। মন্ত্রী ডাক্ষৰীয়াই কোৱা মতে হে তেওঁ আগ বাঢ়িছে। দর্শক।উন্মাদ জানিছে। সিটো; নহলে সি বাঢ়ে আগ এনে কালই! দিয়! ওভাতাই মন্ত্রী-সক সি কথা। জাৰ পণত নাই কোনাে ভেদাভেদ ; দিছো ব্যাখ্যা ইঙি আগে। ধৰ্ম্ম সত্য কথা; শুদ্ধ ব্যাখ্যা দিছে মন্ত্রীবৰে। সংসদ।বাৰু তেন্তে, না। কাড়াক।