পৃষ্ঠা:সাধনী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। বালি-মাহী এটি, এপাট কাড়েৰে সঁচা থলৈ সৰকাই। দর্শক সিদ্ধি হােক, হয় ধৰি ঈশ্বৰ কৃপাত। বিষয়াৰ পুত্রে যদি লতে সাধনী, থাকিব গৌৰৱ এই ৰাজ-বঙহৰ। ২য়, প্রার্থী চোৰা সৱে সভাসদ, শলিল ইবাৰ।{কঁাড় মাৰে, আৰু বিফল হৈ বিমর্ষ ভাৱে উটি আহে। সভাসদ অতি আচৰিত ! এই হেন সুনিপুণ চিকাৰী পুরুষ হল ভগ্নমনােৰ । মন্ত্রী।-নহা হতাশ। আছে বই আৰু বহু সিন্ধহ জা, ৰূপ গুণ গৌৰৱত ওখ ঠাই লই। ধৰ। সৱে মনোবল আগ কৰি পণ, লক্ষ্য কৰি আৰু সেই লক্ষ্মী সাধনীক। আহা এটি এটি ফৰি। ওযু, প্রার্থী নিহওঁ হতাশ। শালিম নিশ্চয় পপ এপিট শৰেৰে, সেনাপতি বংশধৰ হওঁ যদি মই। সাধিছে। সাধনী মই বহু নিপৰা । সিদ্ধি হব মনােৰ।