পৃষ্ঠা:সাধনী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। -- — — —- নিতাই -এৰা, ককাই, অর্থনিৰ সেই বেলিপকাটোলৈ মনত পৰিছিল। | মনতে অহ, সেই বেলিপকা অাৰু এই বেলি-পকা! দুয়ো মােৰ আদি বাসনাৰ বস্তু। নাশীয়া।—আও! আচল ৰাজপাটখন! নিতাই ৰজাৰ ৰাজভােগেইহে হয় ! নিতাই!---ৰাজপাটতকৈও বেচি বুলিহে ভাবিছো, ককাই। নলীয়া ?উঃই কৰ ভকত নহয় ঔ। অথনিৰ কথাটোকে এৰা নাই। নিতাই।কেনেকৈ এৰিবি ককাই ? ইমান দুখ কৰিও যে সেই বেলি- কাটো পাৰি আনি আমি ভগাই খাব নােৱাৰিলো, সেই কথাটোৱেই মােৰ মনৰপৰা গু নাই। সমনীয়। পিচে, পাৰিব নোৱাৰমানে মুগুচিবইনে কি? নিতাই। মুগুচে। তাক নাপাওঁ মানে নাপাহৰে।। লীয় আও! ই বাৰুটো হয় দেও! যিটো কথাত লাগে সি লাগেইহে। মই হলে তাৰ কাষকে নাচাপে বুপাই। অথনিৰ আমৰলিৰ কামােৰণিৰ ফৰফৰণিয়ে আমাৰ হেঁপাহটো তল পেলাই থৈছে । সনীয়।উঃ, নবি আৰু ককাই, মনত পৰিলেই চেচেকনি উঠে। নিতাই :—মােক হা কামােৰা নাই। সনীয়া-তােকো কামুৰিছিল, গছৰ আদখিনিৰপৰাই তোক বৰাই অনা | নাই জানো? নিতাই পিচে নীয়া।—পিচে নে কিয় বেলিপক-ৰাজভােগলৈ ধাউতি গুচা নাই। নিতাই --অ, নহয়, এটা কামলৈ এবাৰ মল মিলিলো যেতিয়া, তাক সামিই সাধিম। বেলিপকা খাইহে এৰিম। নীয়া --এৰ', তই কম নহৱ বুপাই, যিটোত লগ লগইহে। এই দৰে লাগি কেতিয়াবা এই সঁচাচি কৈয়ে ৰাজপাট খবিহে ষ। বুপাই !