পৃষ্ঠা:সাধনী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় গর্ভাঙ্ক। গৰখীয়া-পথাৰ। (নিতাই, নালীয়া আৰু সমনীয়া। সমনীয়া।-হেৰ নিতাই, নিতাই! নিতাই।—কি অ’? কিনাে থেকাই ছেকাইকৈ থা! নলীয়া --ম’ নিতাই গুচি হেকাইহে হলিনে? বাৰু, তেন্তে হে কায়েই। নিতাই।-এঃ কিয় কৱ তেনেকৈ ককাই। সমনীয়া ।--মকবননা কিয় ? তাে দেখান মতিলেই জগৰ লাগে । নিতাই।-এ নহয় বুপাই, বেয়া নাপাবি, মই আন কিবা এটালৈ মনকৈ | আছিলে।। ইমতিলত সি চাটকৰে নাইকিয়া হল । সমনীয়া-কিহলৈনো মন কৰিছিলি? নাশীয়া।—কিনো ৰাজপাটখন খাবলৈ ভাবিছিলি অ’ নিতাই।--এৰা, জানিব। ৰাজপাটেইহে। ঢুকি নোপােৱা বস্তুলৈ হাত মেলোতেইতো মােৰ এই দশা ! আলীয়া -- আই, কিনো ঔ! হেৰ ভঙ্গি কচোন কি, আমিও ভাগ পাওঁ বা।