পৃষ্ঠা:সাধনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ সাধনী। নিতাই।—ৰাৰ বাৰ, ৰাজপাট খাবলৈ পাও যদি তহঁতেও বিষয়াৰ বাব খাবলৈ পাবি। বাক, ৫ এতিয়া থ সেইখন কথা। ব’লক যাও, বেলিপকা পাৰোঁ বল। সমনীয়া বল বা আমি হলে নিলগৰপৰাহে।। (তিনিও এখা-দোখােলকৈ গৈ থাকে ? নালীয়া- মনতে) হবও পাৰে। একো আচৰিত নহয়। যি লাই বাঢ়ে তাৰ দুপাততে চি। উঃ, সঁচাকৈয়ে ই কম নহয়। ই কোনােবা ডাৰ মানুহৰ ঘৰত হে জনম লব লগা আছিল । যি হওক, ইয়াক আগত লােৱাৰ পৰা লাভ আছে। ছ:, পিচে নালীয়াও কম নহয় ; মই অমুকা প খেদাত কম নহওঁ । বাৰু, নিতাইক জানিবা ঈশ্বৰে গুণৰ উড়াল কৰি চৰ্জিলে; মোক তেওঁ বুধিৰ ভুৰুকাটোকে কৰি সাজিছে হে ? দেখা যাক। সমনীয়া। ডালত পৰি থকা তিচী চৰাই এটালৈ আঙুলিয়াইনিতাই, চাচোন সৌটি ! কেনেকৈ বুকু পাতি আছে। পাৰিবিনে শালিব | একেপাট কাড়ে। নিতাই বাৰু চাওঁচান; আগেয়ে গপ মাৰিলে কি ? {নিয়ে টোঁৱাই-ভিৰাই কঁাড় মাৰে} সমনীয়া-পৰি, পৰিল, সৌটো পৰিলহি মাটিত। (চৰাই তুলি লবলৈ লৰ ধৰি প্রস্থান।) নিতাই পৰিল নে? চাওঁ, কোনটি ? | {সমনীয়াৰ পিচে পিচে লৰি প্রস্থান) নালীয়া --মাও। ই কম ভকত নহয় দেও! ধেনু-কঁড়তে বৰ পাকৈত ! ইয়াৰ নিচান কেতিয়াও ফাটি নাযায়। সিদিনাখনেই নহয়, চকুৰ আগতে, সেই উৰি খােৱ৷ নাচনী চৰাইকণ একেটা বাতলুগুটিৰেই