পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥০

জ্ঞাপন কৰিছিল। ইয়াৰ পৰা আন একো নহলেও লিখকে এইটো বুজিবলৈ সুযোগ পাইছিল, যে তেওঁ বৰ্ত্তমান অসমৰ নাগৰিক জীৱনৰ প্ৰকৃত চিত্ৰ অঁকাত কৃতকাৰ্য্য হ’ব পৰিছে। ই লিখকৰ পক্ষে সৌভাগ্যৰ কথা।

 যিসকল সহৃদয় পাঠক-পাঠিকাৰ অনুগ্ৰহত সাধনাৰ দ্বিতীয় সংস্কৰণ ওলাব পাৰিছে, তেওঁলোকৰ প্ৰতি লিখকৰ অশেষ ধন্যবাদ। আগৰ সংস্কৰণৰ দৰেই এই সংস্কৰণেও তেওঁলোকৰ সমাদৰ লাভ কৰিব পাৰিলেই লিখকৰ অৰ্থব্যয় সাৰ্থক হব। ইতি।


তেজপুৰ
১৮ আঘোণ, ১৮৫৬ শক
নিবেদক
গ্ৰন্থকাৰ