পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা তাৰ বাবে তােমাৰ ওপৰত মােৰ ৰােষ বা অভিমান হ’ব বুলি ভাবি ভুল নকৰিবা। তােমাৰ স্পষ্ট উত্তৰ পাবলৈ বাট চাই ৰ’লল। তােমাৰ শুভাকাক্ষী দীনবন্ধু