পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


প্রত সাধু গাভােৱানে একো বুজিব নােৱাৰি সুধিলে,-“তাৰ মানে কি ?” মানুহৰ গাড়ীখন ঘূৰাই নিৰ লাগে। গাড়া ইমান বাট অহাৰ পিচত গাড়ী ঘূৰাই নিম কিয়? আৰু গাড়ী ঘূৰাই নিয়াৰ পৰা তােমাৰ লাভ কি ? মানুহ-মােৰ লাভ পিচত বুজিবা। অ’ মােৰ কথাটো বুজা তােমাৰ ভুল হৈছে বােধকৰে। গাড়ী মানে শুস্কা গাড়ীখন হে ওভতাই নিব লাগিব। গাড়াে-কেতিয়াও নহয়। মানুহ—কুৰি টকা লােৱা। গাড়ােলাখ টকা দিলেও নহয়। মানুহ-বাৰু ওলােটাই নিব নালাগে। তােমাকো এই কুৰিটা টকা দিলো, তুমি এতিয়া ইয়াকে লােৱ। আৰু যে সৌ বাইচাইল দুখন দেখিছা, তাকো তােমাৰ জিম্মাত ৰাখিলোঁ। তুমি ইয়াতে থাকা, যেতিয়া তােমাৰ গাড়ী পাবা, তেতিয়া চাইকে ঘূৰাই দিবা, তেতিয়া আৰু অলপ বচিচ, পাবা। তুমি গাড়ীৰ কেৰেয়া বৰ বেচিকৈ পােৱা যদি পাঁচ টকা পাবা, কিন্তু মােৰ কথা শুনিলে একে ৰাতিয়ে কুৰি টকা লাভ হ'ব। গাড়াে–আৰু তাৰ বাবে ছােৱালীজনীৰ সৰ্ব্বনাশ কৰিবলৈ এৰি দিম। দলিয়াই পেলা তােৰ টকা। আমি হিন্দুস্থানী মানুহ, তহঁতৰ নিচিনা নিমক-হাৰাম নহওঁ। জান দিম, তথাপি এনে কাম হবলৈ নিদিও। মানুহ আৰু পাঁচ টকা লােৱা। গাড়ােখবৰদাৰ। আৰু এনে কথা নকৰি। ইমানতে ভালে ভালে আঁতৰ হ; নহলে শেষত পস্তাবি। হঠাৎ ডােৱানৰ মনত খেলালে যে বাইচাইকে যেতিয়া দুখন,