পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হাৰিৰ মাজত পৰা ওপৰলৈ ঠেলা মাৰি ডাঙি দিলে। পিচ মুহূর্ততে সেই মূর্তি গাড়ীৰ পাচফালে দি সৰকি তিনি টেলেঙনি খাই গুৰি কঁঠাল পৰা দি পৰিল। যুৱতীয়ে লৰাটোৰ সাহায্যেৰে তৎক্ষণাৎ গাড়ীখন খুঁটিলে আৰু নিজে গাড়ােৱান হৈ গাড়ী চলাবলৈ ধৰিলে। লৰাটো ভিতৰত বহিল। যুৱতীয়ে মনে মনে ক'লে,-“সুভদ্রাই ৰণক্ষেত্ৰত ৰথ চলাইছিল মই এই সামান্য ৰণক্ষেত্ৰত গৰুৰ গাড়ীও চলাব নােৱাৰিলে চলি কেনেকৈ ?”